অধ্যায়-১০
পোহৰ-প্ৰতি ফলন আৰু প্ৰতিসৰণ

Light is one of the most fascinating chapters in science — it helps us see the world, but also teaches us how mirrors, lenses, and optical devices work. In SEBA Class 10 Science Lesson 10 – পোহৰ: পতিফলন আৰু প্ৰতিসৰণ, students learn the laws of reflection and refraction, image formation, ray diagrams, and the science behind everyday optical tools.
To make this concept clearer and easier, NewsNow.website provides accurate, step-by-step solutions to all SEBA textbook questions from this chapter. Designed in simple, student-friendly language, our solutions help learners build strong conceptual clarity and score better in exams.
নির্বাচিত প্রশ্নোত্তৰ
প্রশ্নঃ হীৰৰ প্ৰতিৰণাংক 2.42। ইয়াৰ অৰ্থ কি?
উত্তৰঃ হীৰাৰ প্ৰতিসৰণাংক 2.42। ইয়াৰ অৰ্থ হ’ল পোহৰ মাধ্যম আৰু পোহৰ মাধ্যমত পোহৰৰ দ্রুতিৰ অনুপাত 2.42
প্রশ্নঃ লেন্ছ এখনৰ 1 ডায়’প্টাৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ 1 মিটাৰ ফ’কাছ দৈর্ঘ্যৰ লেন্ছ এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ বোলে।
প্রশ্নঃ সমতল দাপোণে+1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ কি?
উত্তৰঃ ইয়াৰ অৰ্থ হ’ল লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্রতিবিম্বৰ দূৰত্ব সমান নাইবা লক্ষ্যবস্তুৰ আকৃতি আৰু প্রতিবিম্বৰ আকৃতি সমান।
প্রশ্নঃ -2.0D ক্ষমতাৰ লেন্ছ এখনৰ ফ’কাছ দৈর্ঘ্য কিমান? লেন্থখনৰ প্ৰকৃতি কি?

যিহেতু ফ’কাছ দৈর্ঘ্য ঋণাত্মক, গতিকে লেখন অবতল।
প্রশ্নঃ প্রতিসৰণাংক কাক বোলে?
উত্তৰঃ শূণ্যত পোহৰৰ দ্রুতি আৰু কোনো এটা মাধ্যমত পোহৰৰ দ্রুতিৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰাতিসৰণাংক বোলে।
প্রশ্নঃ কোনটো মাধ্যমত পোহৰৰ বেগ আটাইতকৈ বেছি?
উত্তৰঃ শূন্য মাধ্যমত।
প্রশ্নঃ অবতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।
উত্তৰঃ অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত পোহৰৰ ৰশ্মিয়ে প্রতিফলনৰ পিছত মুখ্য অক্ষক যিটো বিন্দুত কটাকটি কৰে, সেই
বিন্দুক অৱতল দাপোনৰ ফ’কাছ বোলে।
প্রশ্নঃ গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসার্ধ 20 ছে.মি। ইয়াৰ ফ’কাছ দৈর্ঘ্য কিমান?

নির্ণেয় গোলাকাৰ দাপোণৰ ফ’কাছ দৈর্ঘ্য = 10 ছে.মি।
প্রশ্নঃ এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে?
উত্তৰঃ অবতল দাপোণ।
প্রশ্নঃ গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়? HSLC ’16
উত্তৰঃ গাড়ীৰ পিছফালে চোৱাৰ বাবে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। দাপোণখনৰ দ্বাৰা গাড়ীৰ পিছৰপিনে বহু দূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চালকে চাব পাৰে। ৰাস্তাৰ লাইটৰ প্রতিফলক হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। যাতে পোহৰ বহু দূৰলৈকে বিস্তৃত হ’ব পাৰে।
প্রশ্নঃ 32 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা।

প্রশ্নঃ অবতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি?

প্রতিবিম্বটো দাপোণৰ সম্মুখত 30 cm আঁতৰত গঠিত হ’ব।
প্রশ্নঃ পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ’ব? কিয়?
উত্তৰঃ পোহৰ ৰশ্মিডাল উলম্বৰ কাষ চাপিব। কাৰণ, পোহৰ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ প্রতিসৰিত হ’লে পোহৰ অভিলম্বৰ কাষ চাপে।
প্রশ্নঃ তালিকা 10.3 ৰ পৰা সৰ্ব্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নির্ণয় কৰা। আটাইতকৈ কম আলোকী মাধ্যমটোও নির্ণয় কৰা।
উত্তৰঃ বেছি আলোকী ঘনত্বৰ মাধ্যমটো হ’ল- হীৰা। কম আলোকী ঘনত্বৰ মাধ্যমটো হ’ল- বায়ু।
প্রশ্নঃ তোমাক কেৰাচিন, টাৰপেন্টাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্রুতি সর্ব্বোচ্চ। তালিকা 10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।
উত্তৰঃ তালিকাৰ পৰা কেৰাচিন, টাৰপেনটাইন আৰু পানীৰ প্ৰতিসৰণাংক ক্রমে- 1.44, 1.47 আৰু 1.33 যিহেতু পানীৰ প্ৰতিসৰণাংক আটাইতকৈ
কম। গতিকে পানীত পোহৰৰ দ্রুতি সর্ব্বোচ্চ।
প্রশ্নঃ হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অর্থ কি?
উত্তৰঃ হীৰাৰ প্ৰতিসৰণাংক 2.42। ইয়াৰ অৰ্থ হ’ল শূণ্যত পোহৰৰ বেগ আৰু হীৰাত পোহৰৰ বেগৰ অনুপাত 2.42।
প্রশ্নঃ লেনছ এখনৰ 1 ডায়’প্টাৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক। ডায়’প্টাৰ বোলে।
প্রশ্নঃ 2 মি. ফ’কাছ দৈৰ্ঘ্যৰ অবতল লেন্থ এখনৰ ক্ষমতা নির্ণয় কৰা।

প্রশ্নঃ তলত দিয়া কোনটো পদার্থ লেন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?
(a) পানী
(b) কাঁচ
(c) প্লাষ্টিক
(d) মৃত্তিকা (clay)
উত্তৰঃ (d) মৃত্তিকা
প্রশ্নঃ অবতল দাপোণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?
(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসার্ধৰ মাজত
(b) ভাঁজ কেন্দ্রত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
উত্তৰঃ (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
প্রশ্নঃ লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্দ্ৰৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) লেন্দ্ৰৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেন্থৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ ‘কাছৰমাজত
উত্তৰঃ (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
প্রশ্নঃ এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ প্রত্যেকৰে ফ’কাছ দৈর্ঘ্য-15cm। দাপোণ আৰু লেন্দ্ৰৰ প্রকৃতি কেনেকুৱা হ’ব পাৰে?
(a) দুয়োখন অবতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অবতল আৰু লেখনউত্তল
(d) দাপোণখন উত্তল আৰু লেখন অৱতল।
উত্তৰঃ (a) দুয়োখন অবতল।
প্রশ্নঃ অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? HSLC ’20
(a) 50 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেছ
(b) 5 cm ফ’কাছ দৈর্ঘ্যৰ অৱতল লেন্থ
(c) 5 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্
(d) 5 cm ফ’কাছ দৈর্ঘ্যৰ অবতল লেন্নছ
উত্তৰঃ (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেছ।
প্রশ্নঃ তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা-
(a) গাড়ীৰ হেডলাইট (b) গাড়ীৰ পিছলৈ চোৱা দাপোণ (c) সৌৰ ভাঁতী
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণঃ উত্তল
(c) সৌৰ ভাঁতীঃ অবতল দাপোণ।
উত্তৰঃ (a) গাড়ীৰ হেডলাইটঃ অবতল দাপোণ ব্যৱহাৰ কৰা হয়।
দাপোণ।
প্রশ্নঃ 30 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 ছে.মি. দৈর্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্রতিবিম্বৰ অবস্থান, প্রকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। HSLC ’16

প্রতিবিম্ব দাপোণৰ পিছফালে দাপোণৰ পৰা 8.57 cm আঁতৰত গঠিত হ’ব। ই অসৎ আৰু থিয়।
এতিয়া

এতেকে, প্রতিবিম্বৰ আকাৰ 2.0 cm
প্রশ্নঃ 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন কৰা প্ৰতিবিম্ব এটা পোৱা যাব? প্রতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। HSLC ’20


প্রশ্নঃ -2.0 D ক্ষমতাৰ লেন এখনৰ ফ’কাছ দৈর্ঘ্য কিমান? লেখনৰ প্রকৃতি কেনেকুৱা? HSLC ’17

যিহেতু ফ’কাছ দৈর্ঘ্য ঋণাত্মক, গতিকে লেখন অবতল।
প্রশ্নঃ ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্দ্ৰৰ ক্ষমতা +1.5D। লেখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা। এই লেখন অভিসাৰী নে অপসাৰী?

প্রশ্নঃ পোহৰৰ প্রতিফলন কাক বোলে? প্রতিফলনৰ নিয়ম দুটা লিখা।
উত্তৰঃ পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি অহাকে পোহৰৰ প্ৰতিফলন বোলে।
প্রতিফলনৰ নিয়ম দুটা হ’ল-
(ক) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেটা সমতলত থাকে।
(খ) আপতন কোণ আৰু প্রতিফলন কোণ সদায় সমান।
প্রশ্নঃ অবতল দাপোণৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ অবতল দাপোণৰ দুটা ব্যৱহাৰ হ’ল-
(ক) দাড়ি খুৰোৱা দাপোণ হিচাপে অবতল দাপোণ ব্যৱহাৰ কৰা হয়।
(খ) টর্চ লাইট, চার্চ লাইট আৰু গাড়ীৰ হেডলাইটত অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ অবতল দাপোণৰ ভাঁজকেন্দ্র আৰু ফ ‘কাছৰ মাজত লক্ষ্যবস্তু ৰাখিলে প্রতিবিম্বৰ অবস্থান, প্রকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। ৰশ্মিচিত্র অংকণ কৰিবা।
উত্তৰঃ

লক্ষ্যবস্তু ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত থাকিলে প্রতিবিম্ব ভাঁজকেন্দ্ৰৰ বাহিৰত গঠিত হ’ব। ই লক্ষ্যবস্তুৰ তুলনাত বিবর্ধিত, সৎ আৰু ওলোটা।
প্রশ্নঃ প্রতি সৰণাংক কাক বোলে? ইয়াৰ গাণিতিক প্রকাশ ৰাশিটো লিখা।
উত্তৰঃ শূণ্যত পোহৰৰ দ্রুতি আৰু কোনো এটা মাধ্যমত পোহৰৰ দ্রুতিৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বোলে। ইয়াৰ গাণিতিক প্রকাশ ৰাশিটো হ’ল-

প্রশ্নঃ লেছৰ ক্ষমতাৰ সংজ্ঞা দিয়া। ইয়াৰ গাণিতিক প্রকাশ বাশিটো লিখা। ইয়াৰ এছ. আই একক কি? HSLC ’20
উত্তৰঃ লেন্ছ এখনৰ ফ’কাছ দৈর্ঘ্যৰ ব্যস্ত অনুপাতক লেন্ছ এখনৰ ক্ষমতা বোলে। ইয়াৰ গাণিতিক প্রকাশ বাশিটো হ’ল-

ইয়াৰ এছ, আই, একক হ’ল ডায়’প্টাৰ।
প্রশ্নঃ সমতল দাপোণৰ ফ’কাছ দৈর্ঘ্য
(a) শূন্য
(b) ধনাত্মক
(c) ঋণাত্মক
(d) অসীম
উত্তৰঃ (d) অসীম
প্রশ্নঃ এখন লেন্থৰ ক্ষমতা 2 ডায়’প্টাৰ। ইয়াৰ ফ’কাছ দৈর্ঘ্য হ’ব-
(a) 25 ছে. মি.
(b) 100 ছে. মি.
(c) 75 ছে. মি.
(d) 50 ছে. মি.
উত্তৰঃ (d) 50 ছে, মি.
প্রশ্নঃ পোহৰৰ বিচ্ছুৰণ কাক বোলে? HSLC ’20
উত্তৰঃ বগা পোহৰক তাৰ সাতোটা উপাংশলৈ পৰিবৰ্তন কৰাকে পোহৰৰ বিচ্ছুৰণ বোলে।
প্রশ্নঃ কোনটো মাধ্যমত পোহৰৰ বেগ আটাইতকৈ বেছি?
উত্তৰঃ শূন্য মাধ্যমত।
প্রশ্নঃ আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি?
উত্তৰঃ পোহৰৰ বিক্ষেপণ।
প্রশ্নঃ 2m ফ’কাছ দৈর্ঘৰ অবতল লেন্থ এখনৰ ক্ষমতা নির্ণয় কৰা। 15 cm ফ’কাছ দৈৰ্ঘৰ অৱতল লেন্ছ এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10cm দূৰত্বত লেছে প্রতিবিম্ব এটা গঠন কৰিব? তদুপৰি লেঞ্ছত হোৱা বিবর্ধন আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নির্ণয় কৰা। HSLC ’19

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ লক্ষ্যবস্তুৰ সমান আকাৰৰ আৰু সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো অৱতল দাপোণৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) ভাঁজকেন্দ্ৰৰ বাহিৰত
(b) ভাঁজকেন্দ্রত
(c) ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত
(d) ফ’কাছত
উত্তৰঃ (b) ভাঁজকেন্দ্রত।
প্রশ্নঃ লক্ষ্যবস্তুৰ সমান আকাৰৰ আৰু সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্দ্ৰৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) অসীমত
(b) লেন্দ্ৰৰ মুখ্য ফ’কাছত
(c) ফ’কাছ দৈর্ঘ্যৰ দুগুণ দূৰত্বত
(d) লেন্ছৰ আলোক কেন্দ্র আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰঃ (c) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।
প্রশ্নঃ দাড়ি খুৰোৱা দাপোন হিচাপে ব্যৱহাৰকৰা দাপোণ-
(a) অবতল দাপোণ
(b) উত্তল দাপোণ
(c) সমতল দাপোন
(d) দ্বি-উত্তল দাপোণ
উত্তৰঃ (a) অবতল দাপোণ।
প্রশ্নঃ অবতল দাপোণৰ কোন স্থানত লক্ষ্যবস্তু ৰাখিলে প্রতিবিম্ব দাপোণৰ পিছফালে গঠিত হয়?
(a) ফ’কাছত
(b) ভাঁজকেন্দ্ৰৰ বাহিৰত
(c) ফ’কাছ আৰু মেৰুৰ মাজত
(d) ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
উত্তৰঃ (c) ফ’কাছ আৰু মেৰুৰ মাজত।
প্রশ্নঃ দাপোণ এখনৰ পৰা যিমান দূৰতে থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়।
দাপোণখন কেনেকুৱা হ’ব পাৰে?
(a) সমতল
(b) অবতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল
উত্তৰঃ (d) হয় সমতল নতুবা উত্তল।
প্রশ্নঃ গাড়ীৰ পিছলৈ চোৱা দপোণ হিচাপে ব্যৱহাৰ কৰা হয়-
(a) অবতল দাপোণ
(b) উত্তল দাপোণ
(c) সমতল দাপোন
(d) দ্বি-উত্তল দাপোণ
উত্তৰঃ (b) উত্তল দাপোণ।
প্রশ্নঃ গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যসার্ধ 30 ছে. মি.। ইয়াৰ ফ’কাছ দৈর্ঘ-
30 ছে.মি.। ইয়াৰ ফ’কাছ দৈর্ঘ্য- হ’ব-
(a) 30 ছে.মি.
(c) 10 ছে.মি.
(b) 20 ছে.মি.
(d) 15 ছে.মি.
উত্তৰঃ (d) 15 ছে,মি।
প্রশ্নঃ লেছ এখনৰ ক্ষমতা +2D। লেখন লেছ খন হব-
(a) অভিসাৰী
(b) অপসাৰী
(c) অভিসাৰী আৰু অপসাৰী
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) অভিসাৰী।
প্রশ্নঃ তলত দিয়া কোনটো পদার্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?
(a) পানী
(b) কাঁচ
(c) প্লাষ্টিক
(d) মৃত্তিকা
উত্তৰঃ (d) মৃত্তিকা।
প্রশ্নঃ এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ প্রত্যেকৰে ফ’কাছ দৈর্ঘ্য – 15cm। দাপোণ আৰু লেন্ছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে?
(a) দুয়োখন অবতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেখন উত্তল
(d) দাপোণখন উত্তল লেখন অবতল
উত্তৰঃ (a) দুয়োখন অৱতল।
প্রশ্নঃ বিৱৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্রতিবিম্বটো বুলি জনা যায়।
(a) সৎ
(b) অসৎ
(c) থিয়
(d) ওলোটা
উত্তৰঃ (a) সৎ।
প্রশ্নঃ বায়ুত পোহৰৰ দ্রুতি আৰু কাঁচত পোহৰৰ দ্রুতিৰ অনুপাত-
(a) 1.50
(b) 1.25
(c) 1.33
(d) 1.30
উত্তৰঃ (c) 1.50